চিকিৎসা মহাবিদ্যালয়, অসমৰ যোগাযোগৰ সবিশেষ

Last Updated on: December 21, 2022
চিকিৎসা মহাবিদ্যালয়ৰ নাম ফোন নং ৱেবছাইট ই-মেইল
অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় 0373-2300080/0373-2300591 www.amch.edu.in/ principalamch@rediffmail.com
ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় 03671-299917 www.dmcassam.in/ principaldiphu@gmail.com
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বৰপেটা 03665-252088 www.faamcassam.co.in/ faamc.barpeta2010@gmail.com
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী 0361-2132759/0361-2134538 www.gmchassam.gov.in/ gmch-asm@nic.in
যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, যোৰহাট 0376-2370109 www.jorhatmedicalcollege.in/jmch/ principaljmch@gmail.com
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় 03752-299956 www.lmchassam.org/ principal.lmch@gmail.com
শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, শিলচৰ 03842-229110/03842-229112 www.smcassam.gov.in/ smc-asm@nic.in, principlsmc@gmail.com
তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, তেজপুৰ 03712241300/03712241305 www.tmcassam.org/ tmctezpur@gmail.com
Universal Accessibility Menu