২১.১২.২০২২ তাৰিখে JICA ভাৰতৰ পৰা প্ৰতিনিধিৰ ভ্ৰমণ

  • JICA ভাৰতৰ মুখ্য প্ৰতিনিধি শ্ৰীযুত ছাইতো মিটছুনোৰী আৰু শ্ৰীমতী ৱাতানাবে আৰিছায়ে যোৱা ২১/১২/২০২২ তাৰিখে অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতি (AHIDMS) ভ্ৰমণ কৰি JICA ৰ পুঁজিৰে অসম স্বাস্থ্য ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। ড. সিদ্ধাৰ্থ সিং, আই. এ. এচ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত আৰু সম্পাদক, অসম চৰকাৰ, আৰু প্ৰকল্প সঞ্চালক, AHIDMS য়ে প্ৰতিনিধিসকলক প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে |
Universal Accessibility Menu